العصر
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 সময়ৰ শপত, | وَٱلْعَصْرِ. ﴿1﴾ |
| 2 নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত, | إِنَّ ٱلْإِنسَٰنَ لَفِى خُسْرٍ. ﴿2﴾ |
| 3 কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে। | إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَتَوَاصَوْا۟ بِٱلْحَقِّ وَتَوَاصَوْا۟ بِٱلصَّبْرِ. ﴿3﴾ |