Loading date... | Loading Hijri date... | Loading time...

الفيل

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল? أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَٰبِ ٱلْفِيلِ. ﴿1﴾
2 তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে? أَلَمْ يَجْعَلْ كَيْدَهُمْ فِى تَضْلِيلٍۢ. ﴿2﴾
3 আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে? وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ. ﴿3﴾
4 যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল। تَرْمِيهِم بِحِجَارَةٍۢ مِّن سِجِّيلٍۢ. ﴿4﴾
5 ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল। فَجَعَلَهُمْ كَعَصْفٍۢ مَّأْكُولٍۭ. ﴿5﴾