قريش
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 যিহেতু ক্বুৰাইছসকল অভ্যস্ত, | لِإِيلَٰفِ قُرَيْشٍ. ﴿1﴾ |
| 2 সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ। | إِۦلَٰفِهِمْ رِحْلَةَ ٱلشِّتَآءِ وَٱلصَّيْفِ. ﴿2﴾ |
| 3 এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত। | فَلْيَعْبُدُوا۟ رَبَّ هَٰذَا ٱلْبَيْتِ. ﴿3﴾ |
| 4 যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে। | ٱلَّذِىٓ أَطْعَمَهُم مِّن جُوعٍۢ وَءَامَنَهُم مِّنْ خَوْفٍۭ. ﴿4﴾ |