Loading date... | Loading Hijri date... | Loading time...

الماعون

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে? أَرَءَيْتَ ٱلَّذِى يُكَذِّبُ بِٱلدِّينِ. ﴿1﴾
2 সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, فَذَٰلِكَ ٱلَّذِى يَدُعُّ ٱلْيَتِيمَ. ﴿2﴾
3 আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ. ﴿3﴾
4 এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে, فَوَيْلٌۭ لِّلْمُصَلِّينَ. ﴿4﴾
5 যিসকলে নিজৰ ছালাতত অমনোযোগী, ٱلَّذِينَ هُمْ عَن صَلَاتِهِمْ سَاهُونَ. ﴿5﴾
6 যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে, ٱلَّذِينَ هُمْ يُرَآءُونَ. ﴿6﴾
7 আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। وَيَمْنَعُونَ ٱلْمَاعُونَ. ﴿7﴾