Loading date... | Loading Hijri date... | Loading time...

الكوثر

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। إِنَّآ أَعْطَيْنَٰكَ ٱلْكَوْثَرَ. ﴿1﴾
2 এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা। فَصَلِّ لِرَبِّكَ وَٱنْحَرْ. ﴿2﴾
3 নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ। إِنَّ شَانِئَكَ هُوَ ٱلْأَبْتَرُ. ﴿3﴾