النصر
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব, | إِذَا جَآءَ نَصْرُ ٱللَّهِ وَٱلْفَتْحُ. ﴿1﴾ |
| 2 আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা, | وَرَأَيْتَ ٱلنَّاسَ يَدْخُلُونَ فِى دِينِ ٱللَّهِ أَفْوَاجًۭا. ﴿2﴾ |
| 3 তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী। | فَسَبِّحْ بِحَمْدِ رَبِّكَ وَٱسْتَغْفِرْهُ ۚ إِنَّهُۥ كَانَ تَوَّابًۢا. ﴿3﴾ |