المسد
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক। | تَبَّتْ يَدَآ أَبِى لَهَبٍۢ وَتَبَّ. ﴿1﴾ |
| 2 তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল। | مَآ أَغْنَىٰ عَنْهُ مَالُهُۥ وَمَا كَسَبَ. ﴿2﴾ |
| 3 অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব। | سَيَصْلَىٰ نَارًۭا ذَاتَ لَهَبٍۢ. ﴿3﴾ |
| 4 আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে, | وَٱمْرَأَتُهُۥ حَمَّالَةَ ٱلْحَطَبِ. ﴿4﴾ |
| 5 তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী। | فِى جِيدِهَا حَبْلٌۭ مِّن مَّسَدٍۭ. ﴿5﴾ |