الإخلاص
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়, | قُلْ هُوَ ٱللَّهُ أَحَدٌ. ﴿1﴾ |
| 2 আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী) | ٱللَّهُ ٱلصَّمَدُ. ﴿2﴾ |
| 3 তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই, | لَمْ يَلِدْ وَلَمْ يُولَدْ. ﴿3﴾ |
| 4 আৰু তেওঁৰ সমতুল্য কোনো নাই’। | وَلَمْ يَكُن لَّهُۥ كُفُوًا أَحَدٌۢ. ﴿4﴾ |