الفلق
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ। | قُلْ أَعُوذُ بِرَبِّ ٱلْفَلَقِ. ﴿1﴾ |
| 2 তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, | مِن شَرِّ مَا خَلَقَ. ﴿2﴾ |
| 3 আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়, | وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ. ﴿3﴾ |
| 4 আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে, | وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِى ٱلْعُقَدِ. ﴿4﴾ |
| 5 আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। | وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ. ﴿5﴾ |