الناس
অসমীয়া Translation with Arabic Quran Text
Previous Surah
Next Surah
| অসমীয়া | العربية |
|---|---|
| 1 কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ | قُلْ أَعُوذُ بِرَبِّ ٱلنَّاسِ. ﴿1﴾ |
| 2 মানুহৰ অধিপতিৰ, | مَلِكِ ٱلنَّاسِ. ﴿2﴾ |
| 3 মানুহৰ ইলাহৰ ওচৰত, | إِلَٰهِ ٱلنَّاسِ. ﴿3﴾ |
| 4 আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা, | مِن شَرِّ ٱلْوَسْوَاسِ ٱلْخَنَّاسِ. ﴿4﴾ |
| 5 যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে, | ٱلَّذِى يُوَسْوِسُ فِى صُدُورِ ٱلنَّاسِ. ﴿5﴾ |
| 6 জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা। | مِنَ ٱلْجِنَّةِ وَٱلنَّاسِ. ﴿6﴾ |